দেওবাৰে লক্ষীমপুৰত দুটাকৈ আদৰ্শ অঙ্গনবাদী কেন্দ্ৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী যোগেন মহনে । লক্ষীমপুৰ চহৰৰ চাপৰি গাওঁ আৰু আজাদ ন-পমুৱাৰ এই দুটা আদৰ্শ অঙ্গনবাদী কেন্দ্ৰ মুকলি কৰিলে আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে । প্ৰতিটো কেন্দ্ৰ নিৰ্মাণ কৰা হৈছ 25 লাখকৈ টকা ব্যয়েৰে । কণ কণ শিশু সকলৰ বাবে সজাই পৰাই তোলা হৈছে খুউব সুন্দৰকৈ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#Girsomnath | ઉના કોંગ્રેસના 400 થી 500 કાર્યકરોએ ભાજપમાં જોડાયા | Divyang News
#Girsomnath | ઉના કોંગ્રેસના 400 થી 500 કાર્યકરોએ ભાજપમાં જોડાયા | Divyang News
লাট গাঁও প্ৰধান মৰাণ চক্ৰ সমিতিৰ সাধাৰণ সভা সম্পন্ন
ডিব্ৰুগড় জিলাৰ অধীনস্থ মৰাণ ৰাজহ চক্ৰৰ লাট গাঁও প্ৰধান চক্ৰ সমিতিৰ সাধাৰণ সভাখন আজি দুপৰীয়া...
હિંમતનગર : UGVCL દ્વારા બધીજ સેવાઓ ઓનલાઇન ગ્રાહકોને ધક્કા નહીં ખાવા પડે.
ભારે વરસાદ, પુર, વાવાઝોડા જેવી ભયંકર પરીસ્થિતિમાં પણ આ કર્મિયોએ સતત કામ કરી વિજ પુરવઠો પુરો...