গোলাঘাটৰ গৰঙাত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰি কি ক’লে মন্ত্ৰী কেশৱ মহন্তইI গোলাঘাটৰ গৰঙা চাহ বাগিছাত শনিবাৰে এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্ধোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গৰঙা চাহ বাগিছাৰ ৫ নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো উদ্ধোধন কৰি গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই চাহ বাগিছাৰ শিশু আৰু প্ৰসূতি মহিলা সকলৰ উন্নয়ণৰ বাবে এই অঞ্চলটোত অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা বুলি জানিবলৈ দিয়ে। ইফালে আজি ৰাজ্যখনত ১০০০ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্ধোধন কৰা বুলি উল্লেখ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
“वारी अष्टविनायकाची....”... दुसरा गणपती सिद्धटेकचा श्री सिद्धिविनायक... #ganpati #ganpatibappamorya
“वारी अष्टविनायकाची....”... दुसरा गणपती सिद्धटेकचा श्री सिद्धिविनायक... #ganpati...
જાફરાબાદનો દરીયો તોફાની:૮૦૦ બોટ બંદર ઉપર પાછી બોલાવાય
જાફરાબાદનો દરીયો તોફાની:૮૦૦ બોટ બંદર ઉપર પાછી બોલાવાય
OnePlus 12 5G स्मार्टफोन को सस्ते में खरीदने का मौका, 50 MP कैमरे के साथ मिलता है Snapdragon 8 Gen 3 प्रोसेसर
OnePlus 12 स्मार्टफोन को अमेजन से सस्ते में खरीदने का मौका मिल रहा है। वनप्लस के इस स्मार्टफोन पर...
ભાવનગર ના મોટી તળાવ માં એક ઈસમપર અજાણીયા લોકે કર્યો જીવલેણ હુમલો.
ભાવનગર ના મોટી તળાવ માં એક ઈસમપર અજાણીયા લોકે કર્યો જીવલેણ હુમલો.
এমাহ যোৰা ডিব্ৰুগড় জিলা ছাগলীকটাত অনুষ্ঠিত হোৱা ফুটবল পৰশিক্ষণৰ সফল সামৰণি
এমাহ যোৰা ডিব্ৰুগড় জিলা ছাগলীকটাত অনুষ্ঠিত হোৱা ফুটবল পৰশিক্ষণৰ সফল সামৰণি