গোলাঘাটৰ গৰঙাত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধন কৰি কি ক’লে মন্ত্ৰী কেশৱ মহন্তইI গোলাঘাটৰ গৰঙা চাহ বাগিছাত শনিবাৰে এটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্ধোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। গৰঙা চাহ বাগিছাৰ ৫ নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো উদ্ধোধন কৰি গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই চাহ বাগিছাৰ শিশু আৰু প্ৰসূতি মহিলা সকলৰ উন্নয়ণৰ বাবে এই অঞ্চলটোত অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা বুলি জানিবলৈ দিয়ে। ইফালে আজি ৰাজ্যখনত ১০০০ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্ধোধন কৰা বুলি উল্লেখ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જાંબુઘોડાના પનિયારા ગામે મુખ્ય રોડ પાસેથી પસાર થતી કોતરમાં મગર આવી ચડતા ગ્રામજનોમાં ફફડાટ.
જાંબુઘોડાના પનિયારા ગામે મુખ્ય રોડ પાસેથી પસાર થતી કોતરમાં મગર આવી ચડતા ગ્રામજનોમાં ફફડાટ.
ઝઘડિયા વિધાનસભા મા કોગ્રેસ ફતેસિંહ વસાવાને ઉમેદવાર તરીકે મેદાનમા ઉતારશે.#congressh
ઝઘડિયા વિધાનસભા મા કોગ્રેસ ફતેસિંહ વસાવાને ઉમેદવાર તરીકે મેદાનમા ઉતારશે.#congressh