হৰ ঘৰ তিৰংগা

পিন এ ফ্লেগ কৰিবলৈ আৰু জাতীয় পতাকাৰ সৈতে চেল্ফি উঠাই হৰ ঘৰ তিৰংগা পৰ্টেলত আপলোড কৰিবলৈ চৰাইদেউ জিলাবাসীক আহ্বান প্ৰশাসনৰ।

 "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ অধীনত সমূহ চৰাইদেউ জিলাবাসীক হৰ ঘৰ তিৰংগা পৰ্টেল http://harghartiranga.com ত পিন এ ফ্লেগ (Pin a flag) কৰিবলৈ আৰু জাতীয় পতাকাৰ সৈতে নিজৰ একোখনকৈ চেল্ফি (selfie) উঠাই আপলোড কৰিবলৈ চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।