ডিব্ৰুগড় জিলাৰ টিংখাঙত ই-ৰিক্সা চলাই আজাদী কা অমৃত মহোৎসৱ পালন কৰে মন্ত্ৰী বিমল বৰাই। দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি টিংখাঙত ই-ৰিক্সা সন্থাই বাহিৰ কৰে এক বিশাল ৰেলী । প্ৰায় শতাধিক ই-ৰিক্সা লৈ সমষ্টি টোৰ বিভিন্ন গ্ৰামাঞ্চলৰ মাজেৰে এই ৰেলী বাহিৰ কৰা হয়। এবাৰ যদি চালকৰ আসননত এবাৰ আকৌ যাত্ৰীৰ আসনত বহি এই ৰেলীৰ নেতৃত্ব দিয়ে মন্ত্ৰী বিমল বৰাই । প্ৰতিখন ইৰিক্সাত পতাকা লগাই দেশ ভক্তি গীত পৰিৱেশন কৰি এই ৰেলী বিভিন্ন গাঁৱৰ মাজেৰে পৰিভ্ৰমণ কৰি ৰাইজৰ মাজত স্বাধীনতা দিৱসৰ সজাগতাৰ সৃষ্টি কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
iPhone यूजर्स के लिए बुरा सपना न बन जाए iOS 18 अपडेट! Apple के पूर्व कर्मचारी ने चेताया
एपल के लेटेस्ट और अपकमिंग आईओएस अपडेट iOS 18 का आईफोन यूजर्स बेसब्री से इंतजार कर रहे हैं। यूजर्स...
ડીસાના માલગઢમાં જમીન ખેડવા મુદ્દે મહીલા ઉપર હુમલો કરતાં ચકચાર
ડીસા તાલુકાના માલગઢ ગામે હેતલબેન અને તેમના માતા સાવિત્રીબેન ઘરે હતા. ત્યારે મોહનજી મોડાજી ટાંક,...
বিশিষ্ট কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান
বিশিষ্ট কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ দেহাৱসান
ASSAM
Humble tributes to Dr. Bhupen Hazarika playback singer, lyricist, musician, poet, actor,...