শিৱসাগৰ জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ সৌজন্যত শিৱসাগৰত আয়োজিত ৬১ সংখ্যাক শিক্ষক দিৱসত নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী কল্পনা বুঢ়াগোহাঁইলৈ ২০২২ বৰ্ষৰ জিলা কৃতি শিক্ষয়িত্ৰী বঁটা আগবঢ়োৱা হয় । 

কল্পনা বুঢ়াগোহাঁই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ নাজিৰা শাখাৰ সম্পাদিকা, অসম সাহিত্য সভাৰ আজীৱন সদস্যা , সৰ্বভাৰতীয় মহিলা কবি মঞ্চৰ সাধাৰণ সদস্যা ।