তিনিচুকীয়া জিলাত স্বাধীনতা দিৱসৰ 'আজাদি কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ' আজি অসামৰিক প্ৰতিৰক্ষা বিভাগ ( CIVIL DEFENCE) তিনিচুকীয়াৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে। পুৱাৰ ভাগত পতাকা উত্তোলন কৰাৰ পিছত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱক সকলৰ মাজত প্ৰাথমিক বিধান ( First Aid) দিয়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীত ভাৰপ্ৰাপ্ত উপ-নিয়ন্ত্ৰক ( Deputy Contrller i/c) ৰূপান্ত সোনোৱাল, উপ নিয়ন্ত্ৰক(কণিষ্ঠ) ভাস্কৰ ডেকা, প্ৰতিযোগিতা আহ্বায়ক তথা ৱাৰ্ডেন মনোৰঞ্জন মৰাণ, প্ৰতিযোগিতা বিচাৰক নুৰ জাহান বেগম, স্বেচ্ছাসেৱক চুৰেছ ডেকা, বাবুল শৰ্মা, দুলীয়জানৰ জ্যেষ্ঠ স্বেচ্ছাসেৱক শক্তি কুমাৰ গুপ্তা, নয়নদীপ নিৰ্মলিয়া আদি উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કમોસમી વરસાદને પગલે ખેડૂતોને સૂચના આપી...
કમોસમી વરસાદને પગલે ખેડૂતોને સૂચના આપી...
Samsung Galaxy M55 | 6.7 इंच का AMOLED डिस्प्ले के साथ लॉन्च हुआ ये धांसू स्मार्टफोन | Smartphone
Samsung Galaxy M55 | 6.7 इंच का AMOLED डिस्प्ले के साथ लॉन्च हुआ ये धांसू स्मार्टफोन | Smartphone
পদক লাভ কৰি নিজ গৃহলৈ ঘূৰি অহা প্ৰণিতা চুতীয়াক মৰাণত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি
পদক লাভ কৰি নিজ গৃহলৈ ঘূৰি অহা প্ৰণিতা চুতীয়াক মৰাণত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি