মোহন গাঁও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। সোণাৰি সমষ্টিত নিৰ্মাণ কৰা এঘাৰটা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ ভিতৰত ইতিমধ্যে ৮ টা কেন্দ্ৰ উদ্বোধন কৰা পাছত আজি আন তিনিটা উদ্বোধন কৰা হয়। চফ্ৰাই মোহনগাঁওস্থিত সিদ্ধাৰ্থ প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ কৰা মোহন গাঁও আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো উদ্বোধনী অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে জিলা উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, সমাজ কল্যাণ বিভাগৰ বিষয়াৰ লগতে বিশিষ্ট অতিথি সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Launch Event Highlights OPPOReno10Series
Launch Event Highlights OPPOReno10Series
ঢকুৱাখনা আম্বেদকাৰ ভৱনৰ সমীপৰ সাৰ্ব্বজনীন মিলন মন্দিৰত দূৰ্গোৎসৱৰ আয়োজন
সমাগত শাৰদীয় দুৰ্গাপূজা । প্ৰতিবছৰৰ দৰে শাৰদীয় দুৰ্গাপূজাত এইবাৰো চমক দিয়াৰ প্ৰয়াস কৰিছে...
आरमोरी तहसील कार्यालयात महसूल दिन साजरा
आरमोरी तहसील कार्यालयात महसूल दिन मोठ्या उत्साहात साजरा
महसूल विभाग हा प्रशासनाचा कणा -...
BTR CEM Promod Boro visits Khagrabari Relief Camp
BTR CEM Promod Boro visit at khagrabari relief camp.
হোজাইত ভোটাৰ তালিকা সন্দৰ্ভত উপায়ুক্তৰ সংবাদমেল
আজি হোজাই জিলা উপায়ুক্তৰ সভা কক্ষত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী য়ে এক সংবাদমেলত বিশেষ...