ৰঙাপথাৰ ২ নং আদৰ্শ অংগনবাড়ী কেন্দ্ৰ উদ্বোধন। অংগনবাড়ী কেন্দ্ৰটো উদ্বোধন কৰিলে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ লগতে অতিৰিক্ত উপায়ুক্ত দ্বয় জাভেদ আৰমান, অভিজিৎ গগৈৰ লগতে চৰাইদেউ জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, এপিডিচিএলৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহিত, বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কাজল দে, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দিলীপ কোঁৱৰৰ লগতে চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
৩০ ছেপ্টেম্বৰত অসমৰ চলচ্চিত্ৰগৃহলৈ আহিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমীয়া কথাছবি "ব্ৰীজ" --
**অহা ৩০ চেপ্তেম্বৰত চিত্ৰগৃহত মুক্তি লাভ কৰিব বহু প্ৰতীক্ষিত অসমীয়া চিনেমা ব্ৰিজ*
**২০২০...
બિલ્કિસ બાનો કેસમાં સુપ્રીમ કોર્ટ દ્વારા કેન્દ્ર અને ગુજરાત સરકારને નોટિસ,બે સપ્તાહ બાદ થશે સુનાવણી
બિલ્કિસ બાનો કેસમાં સુપ્રીમ કોર્ટ દ્વારા કેન્દ્ર અને ગુજરાત સરકારને નોટિસ પાઠવી છે.
બિલ્કિસ બાનો...
মৰাণৰ ডোমৰদলং গাঁৱত অগ্নিকাণ্ডত এখন দোকান ভষ্মিভুত
মৰাণৰ ডোমৰদলং গাঁৱত অগ্নিকাণ্ডত এখন দোকান ভষ্মিভুত
Assamese GK questions and answers/Assames new GK video
Assamese GK questions and answers/Assames new GK video ...
दो बाइको में आमने-सामने हुई जोरदार भिड़ंत।
एक नाबालिक सहित दो घायल।
पन्ना।
दो बाइको में आमने-सामने हुई जोरदार भिड़ंत।
एक नाबालिक सहित दो घायल।
...