নামনি মাজুলীৰ নলদুৱাৰত স্বাধীনতাৰ অমৃত মহোৎসৱ সজাগতা কাৰ্যসূচী ৷

মাজুলীৰ বানবিধস্ত নলদুৱাৰত আজি গাঁওবাসীয়ে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে সজাগতা ৰেলি অনুষ্ঠিত কৰে ৷ যদু বৰীৰ নেতৃত্বত গাঁওখনৰ আবাল -বৃদ্ধ বনিতাই এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷