পাঁচ বছৰ একেৰাহে উৰি আছে এখন বৃহৎ আকাৰৰ জাতীয় পতাকা ডিব্ৰুগড়ত
কথাটো আচৰিত যেন লাগিলেও সত্য। ডিব্ৰুগড় পল্টনবজাৰ চানমাৰিৰ আমামুদ্দিন আহমেদ নামৰ লোকজনে ২০১৭ চনৰ ২৬ জানুৱাৰীৰ পৰা একেৰাহে নিজৰ চোতালত ৬০ ফুট উচ্চতাত ১০×১৫ ফুটৰ এই বৃহৎ আকাৰৰ ত্ৰিৰংগাখন উৰুৱাই আছে।