দেশ প্ৰেমৰ বাণীৰে উদ্বুদ্ধ কণ কণ শিক্ষাৰ্থী।
ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাতো স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ স্বৰূপে চেণ্ট থমাছ,চেণ্টেল স্কুল ঢকুৱাখনা ৰাজপথৰে প্ৰভাত ফেৰি বাহিৰ কৰে।বন্দে মাতৰম ,ভাৰত মাতা কি জয় শ্লোগানে ঢকুৱাখনা আকাশ বতাহ কঁপাই তুলে।