শিৱসাগৰ জিলাৰ পৰিবহন বিষয়াৰ কাৰ্য্যালয় ঘেৰাও কৰে বিক্ৰম সন্থাৰ। প্ৰতিবাদত মুখৰ হৈ পৰে পৰিবহন বিষয়াৰ কাৰ্য্যালয়। কেইবা শতাধিক বিক্ৰম চালক আৰু মালিক পক্ষই প্ৰতিবাদ সাব্যস্ত কৰে জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত উল্লেখনীয় যে নগৰৰ মাজত যধেমধে ই ৰিক্সাৰ চলাচলৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ অভিযোগ এইসকল প্ৰতিবাদ কাৰীৰ।নীতি বৰ্হিভূত ভাৱে অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে প্ৰকৃত ই-ৰিক্সাচালক সকলৰ।এই প্ৰতিবাদত অংশ গ্ৰহন জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NAREDCO's 16th National Convention will shape Realty's Future in India.
January 23, 2024
The National Real Estate Development Council (NAREDCO) is set to host "16th...
অবিভক্ত দৰং ওদালগুৰি জিলাৰ ব্যাস সংগীত বিকাশ সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা
অবিভক্ত দৰং ওদালগুৰি জিলাৰ ব্যাস সংগীত বিকাশ সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা জনাৰামচৌকাস্থিত ওজা...
সোণাৰিত দলবব্ধ ধৰ্ষণৰ ঘটনা, পাঁচজনক আটক
সোণাৰিত দলবব্ধ ধৰ্ষণৰ ঘটনা।পাঁচ পাষণ্ডই ধৰ্ষণ কৰিলে এগৰাকী নাবালিকাক।সোণাৰিৰ নামতোলা...
DEESA // ડીસા ની ભણસાલી હોસ્પિટલમાં ડોક્ટરની બેદરકારીથી મોત થયાના પરિવારજનો ના આક્ષેપ..
ડીસાની ભણસાલી હોસ્પિટલમાં તબિબની બેદરકારીના કારણે દર્દીનુ મોત થયું હોવાના ગંભીર આક્ષેપો સાથે...