নাহৰকটীয়া পৌৰসভাৰ উদ্যোগত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক সজাগতামূলক সমদল বাহিৰ কৰা হয়।