কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত বাৰাংহাটী(খেলাপাৰা)গাওঁ নিবাসী তথা পাত্ৰপুখুৰীপাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক সুনন্দ দাসক আজি অন্বেষণ এন জি অৰ কৰ্মকৰ্তা সকলে ৭৫তম স্বাধীনতা দিৱসৰ ওলগনি জনাই৷অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক নৰেন শৰ্মাৰ সহযোগত কৰ্মকৰ্তা সকলে আজি দুপৰীয়া শিক্ষাবিদ গৰাকীৰ গৃহত উপস্থিত হৈ ৰাষ্ট্ৰীয় পতাকা আৰু এটি গছপুলিৰে ওলগনি জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰি চাফ্ৰাই অভয়পুৰত পথ দূৰ্ঘটনা । মূখামূখি সংঘৰ্ষৰ ফলত গুৰুত্বভাৱে আহত বাইক আৰোহীৰ
সোণাৰি চাফ্ৰাই অভয়পুৰত মূখামূখি সংঘৰ্ষ।সোণাৰি চাফ্ৰাই অভয়পুৰত পথ দূৰ্ঘটনা । মূখামূখি সংঘৰ্ষৰ ফলত...
તિલકવાડા પોલીસ મથકે નોંધાયેલા પ્રોહીબ્યુશનના ગુનામાં આઠ મહિનાથી નાસ્તો ફરતો આરોપી અલીરાજપુરથી ઝડપાયો
તિલકવાડા પોલીસ મથકે નોંધાયેલા પ્રોહીબ્યુશનના ગુનામાં આઠ મહિનાથી નાસ્તો ફરતો આરોપી અલીરાજપુરથી ઝડપાયો
মৰাণৰ মাজমজিয়াৰ দোকানৰ পৰা চুৰে সামগ্ৰী লৈ যোৱাৰ পাছতে নিশা মৰাণ থানাত এজাহাৰ দোকানৰ গৰাকীৰ।
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ জাম্মা মছজিদৰ সমীপত থকা মহম্মদ...
Parineeti & Raghav Wedding Video: परी के साथ राघव ने किया Dance, सामने आया New Video
Parineeti & Raghav Wedding Video: परी के साथ राघव ने किया Dance, सामने आया New Video