কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত বাৰাংহাটী(খেলাপাৰা)গাওঁ নিবাসী তথা পাত্ৰপুখুৰীপাৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক সুনন্দ দাসক আজি অন্বেষণ এন জি অৰ কৰ্মকৰ্তা সকলে ৭৫তম স্বাধীনতা দিৱসৰ ওলগনি জনাই৷অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক নৰেন শৰ্মাৰ সহযোগত কৰ্মকৰ্তা সকলে আজি দুপৰীয়া শিক্ষাবিদ গৰাকীৰ গৃহত উপস্থিত হৈ ৰাষ্ট্ৰীয় পতাকা আৰু এটি গছপুলিৰে ওলগনি জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पेंटिंग में दिखाया भगवान शिव व गणेश का स्वरूप
कोटा राजकीय उच्च माध्यमिक रामपुरा के चित्रकला व्याख्याता डॉ. राजेंद्र बैरागी ने श्रावण मास के...
Bihu dance Akhar camp in Dhakuakhana
Bihu dance Akhar camp in Dhakuakhana
જૂનાગઢના બહાઉદ્દીન કોલેજ ખાતે જુનાગઢ આઝાદ સ્તંભની પૂજા કરાઈ…
જૂનાગઢના બહાઉદ્દીન કોલેજ ખાતે જુનાગઢ આઝાદ સ્તંભની પૂજા કરાઈ…
મહુવા ખાતે મહુવા ટુ મુંબઈ મુવી નું મહુવા ખાતે શૂટિંગનું શુભારંભ.
મહુવા ખાતે મહુવા ટુ મુંબઈ મુવી નું મહુવા ખાતે શૂટિંગનું શુભારંભ.