মঙ্গল বাৰে শিৱসাগৰৰ আঠাই সাগৰ নাম ঘৰৰ সন্মুখত অজ্ঞাত লোকে এখন বে-নামী চিঠিৰ সৈতে শ্ৰী কৃষ্ণৰ বংশী বদন মূৰ্তি এটিৰ লগতে তামোল পান আৰু গামোচাসহ পলিথিনৰ মোনাত ভৰাই এৰি থৈ যায় ৰুদ্ৰ সাগৰৰ সমীপত থকা আঠাই।সাগৰ বৰনামঘৰৰ সন্মখত।স্থানীয় জনসাধাৰণ আৰু যিগৰাকী ব্যক্তিয়ে এই সন্দৰ্ভত কয় যে-চিঠিখনত লিখামতে এই মূৰ্তিজনা তেওঁলোকৰ আজোককাকৰ দিনতে পোৱা।তেওঁলোকৰ বিয়াৰ বাৰ বছৰহ'ল।এই সময়ছোৱাৰ ভিতৰত তেওঁলোকৰ চাৰিটিকৈ পুত্ৰসন্তান মৃত হৈ জন্ম হয়।এই বাৰ তেওঁলোকক সপোনত দেখুৱাই যে এইমূৰ্তিজনা নামঘৰ বা সত্ৰ ভাগিত দিয়ে তেতিয়া হ'লে পুত্ৰ সন্তান ভাল হৈ থাকিব।সেইমতে তেওঁৰ পুনৰ পুত্ৰ সন্তান জন্ম হৈ সুস্থ হৈ আছে।ৰাইজে এতিয়া মুৰ্তিজনানামঘৰত থৈদিছে আৰু সত্ৰাধিকাৰৰ হাতেৰে নিয়ম -নীতিৰে প্ৰতিস্থা কৰিব বুলি মত প্ৰকাশ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AC Gas Leak: इन गलतियों की वजह से होती है एसी की गैस लीक, नहीं करवाना चाहते नुकसान तो आज ही कर दें बंद
गर्मियों का सीजन शुरू होते ही अधिकतर लोग एसी को बिना चेक किए ही चलाना शुरू कर देते हैं और कुछ समय...
Bigg Boss 17: Dil, Dimag Aur Dum' -Themed BB17 घर के अंदर क्या है | BB17 Hour Tour | Salman Khan
Bigg Boss 17: Dil, Dimag Aur Dum' -Themed BB17 घर के अंदर क्या है | BB17 Hour Tour | Salman Khan
હાલોલ વિધાનસભા કાર્યાલય ખાતે ભાજપાની ઓનલાઈન વર્ચ્યુઅલ કાર્યશાળા યોજાઈ.
દેશના માનનીય વડાપ્રધાન નરેન્દ્ર મોદીજીના નેતૃત્વ હેઠળ ભાજપ સરકારના 9 વર્ષ પૂર્ણ થવાના અવસરે...
भारत बंद के दौरान आमजन को नहीं हो परेशानी - जिला कलक्टर
भारत बंद के दौरान जिले में कानून व्यवस्था, शांति व यातायात की सुचारू व्यवस्था सुनिश्चित करने के...
Lucknow: अकबरनगर में घरों को ढहाने का काम आखिरी चरण में पहुंचा, 4 मंजिला मस्जिद ढहाई गई | Aaj Tak
Lucknow: अकबरनगर में घरों को ढहाने का काम आखिरी चरण में पहुंचा, 4 मंजिला मस्जिद ढहाई गई | Aaj Tak