মঙ্গল বাৰে শিৱসাগৰৰ আঠাই সাগৰ নাম ঘৰৰ সন্মুখত অজ্ঞাত লোকে এখন বে-নামী চিঠিৰ সৈতে শ্ৰী কৃষ্ণৰ বংশী বদন মূৰ্তি এটিৰ লগতে তামোল পান আৰু গামোচাসহ পলিথিনৰ মোনাত ভৰাই এৰি থৈ যায় ৰুদ্ৰ সাগৰৰ সমীপত থকা আঠাই।সাগৰ বৰনামঘৰৰ সন্মখত।স্থানীয় জনসাধাৰণ আৰু যিগৰাকী ব্যক্তিয়ে এই সন্দৰ্ভত কয় যে-চিঠিখনত লিখামতে এই মূৰ্তিজনা তেওঁলোকৰ আজোককাকৰ দিনতে পোৱা।তেওঁলোকৰ বিয়াৰ বাৰ বছৰহ'ল।এই সময়ছোৱাৰ ভিতৰত তেওঁলোকৰ চাৰিটিকৈ পুত্ৰসন্তান মৃত হৈ জন্ম হয়।এই বাৰ তেওঁলোকক সপোনত দেখুৱাই যে এইমূৰ্তিজনা নামঘৰ বা সত্ৰ ভাগিত দিয়ে তেতিয়া হ'লে পুত্ৰ সন্তান ভাল হৈ থাকিব।সেইমতে তেওঁৰ পুনৰ পুত্ৰ সন্তান জন্ম হৈ সুস্থ হৈ আছে।ৰাইজে এতিয়া মুৰ্তিজনানামঘৰত থৈদিছে আৰু সত্ৰাধিকাৰৰ হাতেৰে নিয়ম -নীতিৰে প্ৰতিস্থা কৰিব বুলি মত প্ৰকাশ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रेग्नेंसी से पहले और बाद दोनों ही टाइम पीरियड को मुश्किल बना सकती है खराब ओरल हेल्थ, न करें इसे इग्नोर
जब आप प्रेग्नेंसी के बारे में सोचते हैं, तो हेल्थ एक्सपर्ट सबसे पहले आपको अपनी ओवरऑल हेल्थ...
ವಿಧಾನ ಪರಿಷತ್ ಸದಸ್ಯರಾದ ಬೋಸರಾಜು
ಇಂದಿನಿಂದ ರಾಜ್ಯ ವಿಧಾನ ಮಂಡಲ ಅಧಿವೇಶನ ನಡೆಯುತ್ತಿದ್ದು, ಹಿರಿಯ ರಾಜಕಾರಣಿ ಬೋಸರಾಜು ಅವರು ವಿಧಾನ ಪರಿಷತ್...
कड़ाके ठंड ने बिगाड़ी सेहत, इस शहर में हार्ट और ब्रेन अटैक से 25 की मौत, 40 गंभीर
कानपुर में शीत लहर ने कहर बरपा रखा है. इसकी वजह से हृदय रोग की समस्या बढ़ती जा रही है. गुरुवार को...
મંદિર મા ચોરી થતા ગામ લોકો મા ચિંતા નો માહોલ છવાયો
મંદિર મા ચોરી થતા ગામ લોકો મા ચિંતા નો માહોલ છવાયો
Breaking News: बुलडोजर एक्शन पर Akhilesh का CM योगी पर वार, कहा- गोरखपुर की तरफ होगा बुलडोजर का रुख
Breaking News: बुलडोजर एक्शन पर Akhilesh का CM योगी पर वार, कहा- गोरखपुर की तरफ होगा बुलडोजर का रुख