নগাঁও জিলা ৰ বেবেজীয়া জামুগুৰি ৰ নিবাসী প্ৰয়াত প্ৰসান্ত কুমাৰ শইকিয়া আৰু ৰীতামনি ভূঞাৰ সু সন্তান তথা বেবেজীয়া কাৰাটে একাডেমীৰ ছাত্ৰী প্ৰীন্সি শইকিয়াই পংকজ কুমাৰ মুদৈৰ নেতৃত্বত নেপাল ত অনুষ্ঠিত ময়ুক কাপ আন্তৰাষ্ট্ৰীয় দশম কাৰাটে চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি kumite ত Gold পদক অৰ্জন কৰি গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হয়।প্ৰীন্সিৰ এই সফলতাত অঞ্চলত সুখৰ লহৰ ব্যাপ্ত আছে।