দেশত কালিয়ৰে পৰা ৰক্ষা বন্ধন উৎসৱ প্ৰত্যেক ঘৰতে উদযাপন কৰিছে সমান্তৰালকৈ ডিফেণ্স ফৰ্চ প্ৰিপেটৰি একাডেমীৰ উদ্যোগত আৰু ১৭ অসম ৰাইফলছৰ সহযোগত আজি শুক্ৰবাৰে ডিফেণ্স ফৰ্চ প্ৰিপেটৰি একাডেমীৰ প্ৰাংগনত উলহ-মালহৰে ৰক্ষাবন্ধন কাৰ্যসূচী পালন কৰা হয়। এই কৰ্মশালা একাডেমীৰ সভাপতি কৰন ঠাকুৰ আৰু সম্পাদক উদ্দ্বব পাটগিৰিৰ লগতে অসম ৰাইফলছৰ ওৱাৰেন্ট অফিচাৰ নন্দন সিং লগতে আন ১৫ জন জোৱান আৰু ডিএফপি একাডেমীৰ সকলো প্ৰশিক্ষাৰ্তি উপস্থিত থাকে। জানিব দিয়ামতে ৰক্ষা বন্ধনৰ কাৰ্যসূচী একাডেমীৰ সভাপতি কৰন ঠাকুৰৰ মাতৃ শান্তি দেৱীয়ে প্ৰথমে ৰাখী বান্ধি শুভাৰম্ভ কৰে আৰু লগে লগে একাডেমীৰ আন সদস্যসকলে সকলো জোৱানকে ৰাখী বান্ধি ভাই ভনীয়েকৰ সমন্বয় অটুত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
होनोबाचीवाडी येथे माता सुरक्षित तर घर सुरक्षित कार्यक्रम संपन्न
पैठण : महिलांच्या आरोग्याच्या सुरक्षिततेसाठी माता सुरक्षित तर घर सुरक्षित हा कार्यक्रम आज...
Teenage student beaten up in Dhakuakhana
Teenage student beaten up in Dhakuakhana
Maldhari community irked as SMC catches cattle from stables in Surat | Zee News
Maldhari community irked as SMC catches cattle from stables in Surat | Zee News
Mumbai-Pune Expressway Rain: देशभर में जारी बारिश का कहर, पानी में डूबा पुणे-मुंबई एक्सप्रेस वे
Mumbai-Pune Expressway Rain: देशभर में जारी बारिश का कहर, पानी में डूबा पुणे-मुंबई एक्सप्रेस वे
MCN NEWS: अल्पसंख्याकांच्या 15 कलमी कार्यक्रमाची अंमलबजावणी प्रभावीपणे करावी
MCN NEWS: अल्पसंख्याकांच्या 15 कलमी कार्यक्रमाची अंमलबजावणी प्रभावीपणे करावी