শিৱসাগৰৰ চুকাফা সভাকক্ষত অনুষ্ঠিত হোৱা জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ পৰ্য্যালোচনা সভাত অধ্যক্ষতা কৰে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে। সভাৰ অন্তত সহকাৰী শ্ৰম আয়ূক্ত কাৰ্য্যালয়ৰ উদ্যোগত তথা জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ আৰু চাইল্ড হেল্প লাইনৰ সহযোগত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বাক্ষৰ অভিযানো জিলা আয়ুক্ত গৰাকীয়ে স্বাক্ষৰকৰি ।মাহযোৰা শিশু শ্ৰমিক বিৰোধী সজাগতা মাহৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। পৰ্য্যালোচনা সভাত উপস্থিত থাকে সহকাৰী শ্ৰম আয়ুক্ত কাৰ্য্যালয়ৰ শ্ৰম বিষয়া শ্ৰম পৰিদৰ্শক , জিলা আয়কৰ আইন সেৱা প্ৰাধিকৰণৰ কৰ্মচাৰী বৃন্দ , সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ কৰ্মচাৰী বৃন্দ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Big Boss फेम Archana Gautam के साथ मारपीट, Congress दफ्तर के बाहर हुई मारपीट | AajTak
Breaking News: Big Boss फेम Archana Gautam के साथ मारपीट, Congress दफ्तर के बाहर हुई मारपीट | AajTak
OnePlus Glacier Battery: वनप्लस ने पेश की नई बैटरी टेक्नोलॉजी, मिलेगी पहले से ज्यादा सेफ्टी और बेहतर परफॉर्मेंस
वनप्लस ने नई बैटरी टेक्नोलॉजी Glacier Battery को लॉन्च किया है। कंपनी की नई बैटरी टेक्नोलॉजी पहले...
Adhir Ranjan Chowdhury ने BJP पर बोला हमला, कहा- सेना में विभाजन पैदा कर रही सरकार | Aaj Tak
Adhir Ranjan Chowdhury ने BJP पर बोला हमला, कहा- सेना में विभाजन पैदा कर रही सरकार | Aaj Tak
વેજલપુર ખાતે ગંદકીની રજૂઆત કરવા જતા ઓફિસમાં જવાબદાર અધિકારી હાજર ન મળતા નગરજનો મા રોષ. હાય હાય ના લાગવ્યા નારા
કાલોલ તાલુકાના વેજલપુર ખાતે વરસાદી પાણીના નિકાલની સમસ્યા ઘણા દિવસોથી જોવા મળી રહી છે. ગંદકીના...