শিৱসাগৰৰ চুকাফা সভাকক্ষত অনুষ্ঠিত হোৱা জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ পৰ্য্যালোচনা সভাত অধ্যক্ষতা কৰে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে। সভাৰ অন্তত সহকাৰী শ্ৰম আয়ূক্ত কাৰ্য্যালয়ৰ উদ্যোগত তথা জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ আৰু চাইল্ড হেল্প লাইনৰ সহযোগত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বাক্ষৰ অভিযানো জিলা আয়ুক্ত গৰাকীয়ে স্বাক্ষৰকৰি ।মাহযোৰা শিশু শ্ৰমিক বিৰোধী সজাগতা মাহৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। পৰ্য্যালোচনা সভাত উপস্থিত থাকে সহকাৰী শ্ৰম আয়ুক্ত কাৰ্য্যালয়ৰ শ্ৰম বিষয়া শ্ৰম পৰিদৰ্শক , জিলা আয়কৰ আইন সেৱা প্ৰাধিকৰণৰ কৰ্মচাৰী বৃন্দ , সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ কৰ্মচাৰী বৃন্দ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
India Canada Tensions: भारत और कनाडा के बीच उपजे तनाव के बीच दुनिया के बाकी देश किस तरफ़? (BBC )
India Canada Tensions: भारत और कनाडा के बीच उपजे तनाव के बीच दुनिया के बाकी देश किस तरफ़? (BBC )
সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা জাৰ্নেলিষ্ট ইউনিয়ন আৰু সাংবাদিক সন্থাৰ । দুঃখিক উচিত শাস্তি প্ৰদান কৰাৰ দাবী।
সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা জাৰ্নেলিষ্ট ইউনিয়ন আৰু সাংবাদিক সন্থাৰ । দুঃখিক উচিত শাস্তি প্ৰদান...
Electric Car: फरवरी 2024 में हुई कितनी Electric कारों की बिक्री, FADA ने दी जानकारी
भारतीय बाजार में पेट्रोल डीजल और सीएनजी ईंधन वाली कारों के साथ ही इलेक्ट्रिक यात्री वाहन की मांग...
मामा च्या डोक्यावर भाच्याने विट मारुन केले जखमी: शहरातील इंदिरा गांधी वार्डातील घटना: नागपूर येथे उपचारादरम्यान मृत्यू
हिंगणघाट शहरातील इंदिरा गांधी वार्डातील पाण्याच्या टाकी जवळ ९ जानेवारी मामा भाच्याचा किरकोळ वाद...
অসম প্ৰদেশ কংগ্ৰেছৰ SC বৰ্ডৰ অধ্যক্ষা নিযুক্তি মাজুলীৰ কৃষ্ণা দাসক।
যুৱ কংগ্ৰেছ নেত্ৰী মাজুলীৰ কৃষ্ণা দাসক অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসম কংগ্ৰেছ SC বৰ্ডৰ অধ্যক্ষা...