ডিব্ৰুগড় জিলা কবি সন্মিলনৰ উদ্যোগত মৰাণহাট সমন্বয় শাখা কবি সন্মিলনৰ সহযোগত আৰু মৰাণ কণিষ্ঠ মহাবিদ্যালয়ৰ আতিথ্যত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰ-ছাত্ৰীৰ সকলৰ বৌদ্ধিক চিন্তা-চেতনাক কাব্যকলাৰে কলাত্মক ৰূপ দিয়াৰ প্ৰয়াসেৰে আয়োজন কৰা আলোচনাচক্ৰ *'কাব্যগুঞ্জণ'* অনুষ্ঠানটি অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি শ্ৰীযুত পবিত্ৰ গগৈদেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সম্পাদক প্ৰশান্ত কুমাৰ দত্তই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সাহিত্য সমালোচক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° সত্যকাম বৰঠাকুৰদেৱে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি ছাত্ৰী সকলক কবিতা সৰ্ম্পকীয় বিভিন্ন দিশত সাৰগৰ্ভ বক্তব্য প্ৰদান কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ উপদেষ্টা শ্ৰীযুতা জুলিয়ানা বেগম, মৰাণ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত প্ৰশান্ত দত্তৰ উপৰিও মৰাণহাট সমন্বয় শাখা কবি সন্মিলনৰ সভাপতি নৱলতা ফুলকোঁৱৰ চেতিয়া, সম্পাদক দিপামণি দত্ত প্ৰমুখ্যে কৰি সমন্বয় শাখা কবি সন্মিলনৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে। প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ আৰু মহাবিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে স্থানীয় বহুকেইগৰাকী জেষ্ঠ্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰী সকলে স্ব-ৰচিত কবিতা পাঠেৰে অনুষ্ঠানটি হৃদয়গ্ৰাহী কৰি তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કઈ તારીખ થીં સરું થશે ચોમાસું.
આ તારીખથી રાજ્યમાં શરૂ થશે ચોમાસું
હવામાન વિભાગ દ્વારા આપવામાં આવેલી માહિતી પ્રમણે વાત...
ડીસા તાલુકાના કુપટ ગામે ભાથીગણ મેળો ભરાયો મોટી જનમેદની ઉમટી પડી..
ડીસા તાલુકાના કુપટ ગામે ભાથીગણ મેળો ભરાયો મોટી જનમેદની ઉમટી પડી..
ડીસા નગર પાલિકા ના વોર્ડ નં.6,7, 8 ના સફાઈ કર્મચારીઓ ને ચંપલ વિતરણ નો કાર્યક્રમ
ડીસા નગર પાલિકા ના વોર્ડ નં.6,7, 8 ના સફાઈ કર્મચારીઓ ને ચંપલ વિતરણ નો કાર્યક્રમ
કઠલાલ કેથોલિક ચર્ચ ખાતે પુનિત કૃષ તહેવાર ઉજવાયો
કઠલાલ કેથોલિક ચર્ચ ખાતે પુનિત કૃષ તહેવાર ઉજવાયો
Israel Iran War Market Benefits | Global Tensions के चलते क्यों Anant Raj में निवेश की है सलाह?
Israel Iran War Market Benefits | Global Tensions के चलते क्यों Anant Raj में निवेश की है सलाह?