গোলাঘাট পূব উন্নয়ন খণ্ড ও আঞ্চলিক পঞ্চায়ত, পদুমণিৰ উদ্যোগত আজি উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰা হৰ ঘৰ তিৰঙ্গা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এটা সমদল উলিওৱা হয় । অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাই সমদলটো আনুষ্ঠানিকভাবে মুকলি কৰে । সমদলত আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্ৰীযুতা অঞ্জুমনি সন্দিকৈ বৰা, গোলাঘাট পূব উন্নয়ন খণ্ডৰ উন্নয়ন খণ্ড বিষয়া ৰামচন্দ্ৰ দেউৰী আৰু আত্মসহায়ক গোটৰ মহিলাসকলে অংশ লয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AADHAR CARD માં નવી સુવિધા! હવે ચહેરાથી થઇ શકશે આ કામ
આધાર કાર્ડમાં હવે ફેસ ઓથેન્ટિકેશન પણ થઇ શકશેપહેલા બાયોમેટ્રિક અને આઈરીસ ડેટાથી થતું ફીઝીકલ...