শুকুৰবাৰে দিনযোৰা কাৰ্য্যসূচীৰে উদ্যাপিত কৰাহয় ৩৬ তম শ্বহীদ দিৱস অসম চাহ জনজাতি ছাত্ৰসন্থাৰ উদ্যোগত ।আটছা, আটুৱা,নাজিৰাৰ ডিমৌ আৰু।আমগুৰি শাখাৰ সহযোগত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত উদ্যাপিত এই কাৰ্য্যসূচী দিনযোৰা কৈ অনুষ্ঠিত কৰাহয়। বিভিন্ন ধৰণৰ সাংস্কৃতিক লগতে সামাজিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পতাকা উত্তোলন শ্বহীদ তৰ্পণ গছ পুলি ৰোপনআদিৰ কাৰ্যসূচী পালন কৰাহয়। পঞ্চ শ্বহীদৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ও অনুষ্ঠিত কৰাহয়। ইয়াৰ উপৰিও সাহিত্য প্ৰতিযোগিতা ও সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ram Mandir Inauguration: Ayodhya पहुंचे UP Congress के नेता, मंदिरों में करेंगे पूजन-दर्शन | UP News
Ram Mandir Inauguration: Ayodhya पहुंचे UP Congress के नेता, मंदिरों में करेंगे पूजन-दर्शन | UP News
Rental Wives: भारत में एक जगह ऐसी जहां लगती है महिलाओं की मंडी, पत्नियां मिलती है किराए पर, जानिए सच्चाई
Rental Wives: मध्य प्रदेश अजब है, सच में गजब है। अपने सांस्कृतिक रंगों के लिए मशहूर मध्य प्रदेश...
વડોદરાના ડભોઇ રોડ વિસ્તારમાં આવેલ કાગડા ની ચાલી મા આંકડા ઉપર જુગાર રમતા ઈસમો કર PCB એ પકડી પાડયા
વડોદરાના ડભોઇ રોડ વિસ્તારમાં આવેલ કાગડા ની ચાલી મા આંકડા ઉપર જુગાર રમતા ઈસમો કર PCB એ પકડી પાડયા...
महात्मा फुले यांच्या शैक्षणिक तत्त्वज्ञानानेच आजची शैक्षणिक विषमता संपेल प्राध्यापक अशोक नारनवरे
उदगीर शिक्षण हे समाज परिवर्तनाचे माध्यम आहे शिक्षणाशिवाय बहुजन समाजाचा विकास होणार नाही प्राथमिक...