১৮৫৭ চনত প্ৰথম চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হোৱা গোলাঘাট জিলাৰ জামুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত নোগোৰাত আজি জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে চিপাহী বিদ্ৰোহৰ স্মৃতি স্তম্ভত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু পুষ্পাঞ্জলী তৰ্পনেৰে শ্ৰদ্ধা নিবেদন কৰে । চিপাহী বিদ্ৰোহৰ স্মৃতি বিজড়িত এই স্থানৰ সৈতে জড়িত আছে স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ মুক্তিযুঁজাৰুসকলৰ অপৰিসীম অৱদান, ত্যাগ আৰু দেশপ্ৰেমৰ অলেখ কাহিনী । আজিৰ কাৰ্যসূচীত মুক্তিযুঁজাৰুৰ পৰিয়াল, কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોંગ્રેસ પરિવર્તન સંકલ્પ સંમેલન ! નેતા અમરીશ ડેર#bjp #gujarat #congress #rajkot #surat #bhuj #gondal
કોંગ્રેસ પરિવર્તન સંકલ્પ સંમેલન ! નેતા અમરીશ ડેર#bjp #gujarat #congress #rajkot #surat #bhuj #gondal
দ্ৰোণৰে স্প্ৰে কৰা পদ্ধতি অসমতো আৰম্ভ -বঙাইগাঁও জিলাৰ খেতিপথাৰত পৰীক্ষামুকলকভাৱে আৰম্ভ
দ্ৰোণৰে স্প্ৰে কৰা পদ্ধতি অসমতো আৰম্ভ -বঙাইগাঁও জিলাৰ খেতিপথাৰত পৰীক্ষামুকলকভাৱে আৰম্ভ
Dragon Fruit Farming: Maharashtra के परेशान किसानों की ज़िंदगी बदल रहा ये विदेशी फल (BBC Hindi)
Dragon Fruit Farming: Maharashtra के परेशान किसानों की ज़िंदगी बदल रहा ये विदेशी फल (BBC Hindi)
ગિરનાર પર્વત પર મેન્ટેનન્સ ની કામગીરીને લઈ ગિરનાર રો વે પાંચ દિવસ બંધ
ગિરનાર પર્વત પર મેન્ટેનન્સ ની કામગીરીને લઈ ગિરનાર રો વે પાંચ દિવસ બંધ
ঘগ্ৰাপাৰৰ নিমুৱা বুঢ়া থানত ৪২ সংখ্যক শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাত ভক্তৰ ভিৰ
ঘগ্ৰাপাৰৰ নিমুৱা বুঢ়া থানত ৪২ সংখ্যক শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজাত ভক্তৰ ভিৰ। হিন্দু মুছলমানৰ সম্পীতিৰ...