নিৰ্বাচনৰ পিছতেই পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি দুৰ্ভাগ্য জনক বুলি মন্তব্যশিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ।সকলো সামগ্ৰীৰ মূল্য ৰোধ কৰাৰ দাবী কৰি কয় যে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব। বিশেষকৈ চিণ্ডিকেটৰ বাবে মূল্য বৃদ্ধি হৈছে বুলি অভিযোগ আনে। পেট্ৰল আৰু ডিজেল জিএছ টিৰ আওতালৈ আনিবলৈ দাবী জনাই।