মৰাণৰ স্থানীয় ৰাইজৰ উদ্যোগত আগন্তুক ঈদ উপলক্ষে অহা ১৯ জুনত পিয়লি নগৰ স্থিত জেনিথ লজৰ সন্মুখত জিকিৰ -জাৰিৰ অনুস্থান অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। এই সম্পৰ্কে জেনিথ লজত সমাজ কৰ্মী খগেন ভঁৰালীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কাজল দাসে আত ধৰা জিকিৰ -জাৰি সাংস্কৃতিক সমন্বয় সমিতিৰ গঠন কৰাহয়। সভাত সমাজ কৰ্মী প্ৰৱিত্ৰ চুতীয়া ভিডিপিৰ মিলু খান আৰু বিভিন্ন সংগঠনৰ লগত জড়িত লোক উপস্থিত থাকে। জিকিৰ -জাৰি সাংস্কৃতিক অনুস্থানটি সাফল্য মণ্ডিত কৰি তুলিবলৈ জিকিৰ -জাৰি সাংস্কৃতিক সমন্বয় সমিতিয়ে সকলো ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लग्न मंडपात प्रवेश करताना नवरी ने केलेला खतरनाक डान्स व्हिडिओ व्हायरल
लग्न मंडपात प्रवेश करताना नवरी ने केलेला खतरनाक डान्स व्हिडिओ व्हायरल
9 लोगों का शिकार करने वाले लेपर्ड का फिर हमला:उदयपुर में आदमखोर का आतंक; मां-बेटी बाल-बाल बची
उदयपुर में आदमखोर लेपर्ड का शिकार होने से एक मां-बेटी बाल-बाल बच गई। दोनों ने घर बंद कर अपनी जान...
PM Modi interacts with creator of 'Modi Mask' in Patna | #shorts
PM Modi interacts with creator of 'Modi Mask' in Patna | #shorts
મહત્વપૂર્ણ નિર્ણય : ગણેશ શોભાયાત્રામાં ડીજેને મંજૂરી આપવામાં આવશે નહીં
શહેરમાં ગણેશ ઉત્સવ માટે સીસીટીવી કેમેરા લગાવવા સહિત તમામ મોટા પંડાલો પર એક કોન્સ્ટેબલ અને એક...