‘আজাদী কা অমৃত মহোৎসৱ’ কাৰ্যসূচীৰে গৌৰৱোজ্বল ৭৬ সংখ্যক স্বাধীনতা দিৱসটি সমগ্ৰ দেশে এইবাৰ পালন কৰিছে৷ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পুৰ্ণ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা অনুসৰি অনুষ্ঠিত কৰা আজাদি কা অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচীৰ হিচাপে ‘ঘৰে ঘৰে জাতীয় পতাকা’ শীৰ্ষক কাৰ্যসূচী ৰূপায়নৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই ইতিমধ্যে ৰাজ্যৰ বিভিন্ন চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে জনসাধাৰণৰ মাজত জাতীয় পতাকা বিতৰণ, শোভাযাত্ৰা, সজাগতা আদি কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে৷ ইফালে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ সমান্তৰালকৈ ৭৬ সংখ্যক স্বীধানতা দিৱসৰ প্ৰাকক্ষণত মাজুলীৰ শিক্ষানুষ্ঠানসমূহেও আজাদি কা অমৃত মহোৎসৱৰ কাৰ্যসূচী ৰূপায়ন কৰিছে৷ সেই উপলক্ষে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়, জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰবিল হাইস্কুল, ৰতনপুৰ মিৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, নেহৰু স্মৃতি প্ৰাথমিক বিদ্যালয়, ৯৮ নং মৰিসূতি প্ৰাথমিক বিদ্যালয়, ফুটচাং প্ৰাথমিক বিদ্যালয়, মলং প্ৰাথমিক বিদ্যালয়, মিলনজ্যোতি প্ৰাথমিক বিদ্যালয়, পানীখাতী প্ৰাথমিক বিদ্যালয়কে আদি কৰি অঞ্চলটোৰ সকলো বিদ্যালয়তে প্ৰভাত ফেৰী, শোভাযাত্ৰাৰ লগতে কিছু কিছু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰাৰো খবৰ পোৱা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शंभू बॉर्डर खोलने की याचिका खारिज:SC ने फटकार लगाई, कहा- लोगों को दिखाने मुकदमा करने आ गए; किसानों ने प्रेस कॉन्फ्रेंस बुलाई
किसानों के प्रदर्शन के चलते बंद शंभू बॉर्डर को खोलने के लिए लगाई गई याचिका को सोमवार को सुप्रीम...
Sakshi Murder Case: साक्षी-नीतू की Insta Chat ने हत्या की सुलझा दी गुत्थी ? सवालों से उठेगा पर्दा
दिल्ली में हुए साक्षी मर्डर केस में अभी तक कई खुलासे हो चुके हैं और कई दिनों से साक्षी हत्या...
આણંદ અમૂલ ડેરી નજીક મુકેલ રીક્ષાની ચોરી
આણંદ તાલુકાના વડોદ ગોપાલપુરાના જૂની ઇન્દિરા નગરીના કીર્તિક કુમાર મહેશભાઈના પિતા રીક્ષા ચલાવે છે...
Breaking News: BJP ने Dara Singh Chauhan को विधान परिषद की सीट के लिए बनाया उम्मीदवार | Aaj Tak
Breaking News: BJP ने Dara Singh Chauhan को विधान परिषद की सीट के लिए बनाया उम्मीदवार | Aaj Tak