‘আজাদী কা অমৃত মহোৎসৱ’ কাৰ্যসূচীৰে গৌৰৱোজ্বল ৭৬ সংখ্যক স্বাধীনতা দিৱসটি সমগ্ৰ দেশে এইবাৰ পালন কৰিছে৷ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পুৰ্ণ হোৱাৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা অনুসৰি অনুষ্ঠিত কৰা আজাদি কা অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচীৰ হিচাপে ‘ঘৰে ঘৰে জাতীয় পতাকা’ শীৰ্ষক কাৰ্যসূচী ৰূপায়নৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই ইতিমধ্যে ৰাজ্যৰ বিভিন্ন চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে জনসাধাৰণৰ মাজত জাতীয় পতাকা বিতৰণ, শোভাযাত্ৰা, সজাগতা আদি কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে৷ ইফালে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ সমান্তৰালকৈ ৭৬ সংখ্যক স্বীধানতা দিৱসৰ প্ৰাকক্ষণত মাজুলীৰ শিক্ষানুষ্ঠানসমূহেও আজাদি কা অমৃত মহোৎসৱৰ কাৰ্যসূচী ৰূপায়ন কৰিছে৷ সেই উপলক্ষে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়, জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰবিল হাইস্কুল, ৰতনপুৰ মিৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, নেহৰু স্মৃতি প্ৰাথমিক বিদ্যালয়, ৯৮ নং মৰিসূতি প্ৰাথমিক বিদ্যালয়, ফুটচাং প্ৰাথমিক বিদ্যালয়, মলং প্ৰাথমিক বিদ্যালয়, মিলনজ্যোতি প্ৰাথমিক বিদ্যালয়, পানীখাতী প্ৰাথমিক বিদ্যালয়কে আদি কৰি অঞ্চলটোৰ সকলো বিদ্যালয়তে প্ৰভাত ফেৰী, শোভাযাত্ৰাৰ লগতে কিছু কিছু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰাৰো খবৰ পোৱা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आदिवासी सम्मेलन में पहुंचे झारखंड के पूर्व मुख्यमंत्री
सरकार की जनकल्याणकारी योजनाओं से अवगत कराया
आदिवासी बहुल कल्दा क्षेत्र में विशाल आदिवासी सम्मेलन का आयोजन 5 जून को विश्व पर्यावरण दिवस के...
सीएम भजनलाल शर्मा अचानक पहुंचे सचिवालय, निरीक्षण किया:अधिकारी गैर हाजिर मिले
सीएम भजनलाल शर्मा आज सुबह अचानक सीएमओ से रवाना होकर सचिवालय की मेन बिल्डिंग में निरीक्षण करने के...
જુહાપુરાની કાલુ ગરદન ગેંગની પોલીસે કમર તોડી: ગેંગના 4 શખ્સો ઝબ્બે
અમદાવાદ
શહેરના જુહાપુરામાં કુખ્યાત કાલુ ગરદન ગેંગ પર હવે ક્રાઇમ બ્રાન્ચે ગાળીઓ કસવાનું શરૂ કરી...
ડેડોલ ધામ ખાતે બિરાજમાન કકુબાઈનો હવન યજ્ઞ યોજાયો
ડેડોલ ધામ ખાતે બિરાજમાન કકુબાઈનો હવન યજ્ઞ યોજાયો
Raksha Bandhan 2023: CM Yogi को राखी बांधेगी Seema Haider? | Rakhi 2023 Date | Top News
Raksha Bandhan 2023: CM Yogi को राखी बांधेगी Seema Haider? | Rakhi 2023 Date | Top News