সুৰীয়া কৰ্ম যাত্ৰা । কেৱল কন্ঠশিল্পী হিচাপে নহয়, কৃষিকৰ্মৰ জৰিয়তেও পৰিচিত হৈ পৰিছে টিংখাং সমষ্টিৰ নলনী কপহুৱাৰ ত্ৰিদিপ গগৈ । ইতিমধ্যে বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰা ত্ৰিদিৱ গগৈয়ে ৪ জন সতীৰ্থৰ সৈতে কেন্দুগুৰিৰ দিহিং এৰাসুঁতিৰ পাৰত কৃষিকৰ্ম কৰি স্বাৱলম্বীতাৰ বাট দেখুৱাইছে । প্ৰায় ৪০ বিঘা ভূমিত আলু, ভেণ্ডি, লাও, মটৰ, ধনিয়া ইত্যাদি কৰি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । বৰ্তমানেও বাৰীৰ পৰা বিক্ৰি কৰা হৈছে ভেণ্ডি আৰু জাতি লাও । ইফালে কামৰ মাজতে সুন্দৰ কন্ঠৰ অধিকাৰী ত্ৰিদিৱে গাই গৈছে এটি এটিকৈ গীত । যেন, বাৰীখনেই সংগীতৰ আখৰাস্থলী । উপাৰ্জনৰ বাবে বহিঃৰাজ্যলৈ নিবনুৱা যুৱকসকল ঢাপলি মেলাৰ সময়তে কন্ঠশিল্পী ত্ৰিদিৱ গগৈয়ে কৃষিকৰ্মৰ জৰিয়তে দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अर्जुन से ब्रेकअप का मलाइका को पछतावा नहीं!:एक्ट्रेस बोलीं- पर्सनल और प्रोफेशनल लाइफ में जो हुआ, उसका मलाल नहीं
कुछ समय पहले खबरें थीं कि मलाइका अरोड़ा और अर्जुन कपूर का ब्रेकअप हो गया है। अब हाल ही में मलाइका...
સામાજિક વનીકરણ રેન્જ - સાવરકુંડલા દ્વારા મીશન લાઈફ અંતર્ગત સાયકલ રેલીનું આયોજન કરવામાં આવ્યું
સામાજીક વનીકરણ રેન્જ - સાવરકુંડલા દ્વારા મીશન લાઈફ અંતર્ગત સાઈકલ રેલીનું આયોજન કરવામાં આવ્યું...
આગામી જિલ્લા કક્ષા ની પ્રજાસત્તાક પર્વ ની ઉજવણી ડીસા ખાતે થશે..
ડીસા ખાતે જિલ્લાકક્ષાના પ્રજાસત્તાક પર્વની ઉજવણી કરાશે,,આગામી પ્રજાસત્તાક પર્વ- ૨૬ મી...
ધાનેરા વોર્ડ નંબર પાંચમાં સુભાષ રોડ ઉપર ચોમાસા દરમિયાન રોડ બનાવવામાં આવેલ છે
ધાનેરા વોર્ડ નંબર પાંચમાં સુભાષ રોડ ઉપર ચોમાસા દરમિયાન રોડ બનાવવામાં આવેલ છે હકીકતમાં રોડ સારી...
माऊली नगर चा रस्ता फक्त आ.सुरेश धस यांच्यामुळेच @news23marathi
माऊली नगर चा रस्ता फक्त आ.सुरेश धस यांच्यामुळेच @news23marathi