সুৰীয়া কৰ্ম যাত্ৰা । কেৱল কন্ঠশিল্পী হিচাপে নহয়, কৃষিকৰ্মৰ জৰিয়তেও পৰিচিত হৈ পৰিছে টিংখাং সমষ্টিৰ নলনী কপহুৱাৰ ত্ৰিদিপ গগৈ । ইতিমধ্যে বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰা ত্ৰিদিৱ গগৈয়ে ৪ জন সতীৰ্থৰ সৈতে কেন্দুগুৰিৰ দিহিং এৰাসুঁতিৰ পাৰত কৃষিকৰ্ম কৰি স্বাৱলম্বীতাৰ বাট দেখুৱাইছে । প্ৰায় ৪০ বিঘা ভূমিত আলু, ভেণ্ডি, লাও, মটৰ, ধনিয়া ইত্যাদি কৰি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । বৰ্তমানেও বাৰীৰ পৰা বিক্ৰি কৰা হৈছে ভেণ্ডি আৰু জাতি লাও । ইফালে কামৰ মাজতে সুন্দৰ কন্ঠৰ অধিকাৰী ত্ৰিদিৱে গাই গৈছে এটি এটিকৈ গীত । যেন, বাৰীখনেই সংগীতৰ আখৰাস্থলী । উপাৰ্জনৰ বাবে বহিঃৰাজ্যলৈ নিবনুৱা যুৱকসকল ঢাপলি মেলাৰ সময়তে কন্ঠশিল্পী ত্ৰিদিৱ গগৈয়ে কৃষিকৰ্মৰ জৰিয়তে দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
জামুগুৰিহাটত প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মিয়মান পকী দেৱাল ভাঙিলে দুষ্কৃতিকাৰীয়ে
জামুগুৰিহাটত প্ৰাথমিক বিদ্যালয়ৰ নিৰ্মিয়মান পকী দেৱাল ভাঙিলে দুষ্কৃতিকাৰীয়ে
Delhi Airport Accident: दिल्ली एयरपोर्ट पहुंचे उड्डयन मंत्री, हादसे पर क्या कहा? मुआवजे का ऐलान
Delhi Airport Accident: दिल्ली एयरपोर्ट पहुंचे उड्डयन मंत्री, हादसे पर क्या कहा? मुआवजे का ऐलान
*गर्मी का कहर है जारी सुबह-सुबह की घटना लगी आग पान की दुकान पर*#ट्रेडिंग
*गर्मी का कहर है जारी सुबह-सुबह की घटना लगी आग पान की दुकान पर*#ट्रेडिंग
USA में कितनी गहरी हैं जातिगत भेदभाव की जड़ें? BBC Duniya with Vidit Mehra(BBC Hindi)
USA में कितनी गहरी हैं जातिगत भेदभाव की जड़ें? BBC Duniya with Vidit Mehra(BBC Hindi)