অইল ইণ্ডিয়া লিমিটেডৰ গুৰুত্বপূৰ্ণ বিভাগ সমূহ স্থানান্তৰ কৰাৰ প্ৰতিবাদ আৰু ঠিকাদাৰ সকলে সন্মূখীন হৈ থকা বিভিন্ন সমস্যাৰ প্ৰতিবাদত মৰাণ অইলত অসহযোগ আন্দোলন অব্যাহত অইল ঠিকাদাৰ সন্থাৰ । মৰাণ অইলৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অইলৰ ঠিকাদাৰ সন্থাই ৷ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত থকা মুখ্য কাৰ্যালৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম-কাজ পৰিচালিত হৈ আহিছে ৷ কিন্তু, শেহতীয়াকৈ দুলীয়াজান মুখ্য কাৰ্যালয়ৰ পৰা চাৰিটাকৈ গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে গাণনিক, মানৱ সম্পদ নিয়োগ, মানৱ সম্পদ উন্নয়ন, ঠিকা আৰু ক্ৰয় বিভাগ স্থানান্তৰ কৰিবলৈ বিচাৰিছে । সেয়েহে প্ৰতিবাদ সাব্যস্ত কৰিছে অইল ঠিকাদাৰ সন্থাই । আনহাতে, অইল কর্তৃপক্ষই চক্রান্তমূলকভাৱে “অইলৰ পঞ্জীয়নভূক্ত ঠিকাদাৰ সকলক আতৰাবলৈ বিচাৰিছে । Miscellaneous আৰু Maintenance ৰ কাম ক্ৰমান্বয়ে কমাই কমাই আনি একেবাৰে বন্ধ কৰাৰ প্ৰক্ৰিয়া চলাই আহিছে । সেয়েহে শনিবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ অসহযোগ পালন কৰিছে মৰাণ অইল ঠিকাদাৰ সন্থাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पंडित दीनदयाल उपाध्याय की जयंती पर भाजपा कार्यकर्ताओं ने नव सदस्य जोड़े।
नमाना के सिलोर में पंडित दीनदयाल उपाध्याय की जयंती पर भाजपा कार्यकर्ताओं द्वारा सदस्य जोड़े,...
ડીસામાં ફ્રુડ એન્ડ ડ્રગ્સ વિભાગના રજવાડી ગૃહ ઉધોગ નામ ની ફેક્ટરીમાં દરોડા..
ડીસામાં ફ્રુડ એન્ડ ડ્રગ્સ વિભાગના દરોડા..
ઉનાળાની શરૂઆત થતા ની સાથે જ ઠંડા પીણા અને પેપ્સીની...
लॉन्च से पहले Kia Syros का आया एक और टीजर, दिखाई दिए रियर डिजाइन समेत एलईडी टेललाइट की डिटेल्स
Kia Syros Launch Date किआ इंडिया अपनी नई कॉम्पैक्ट एसयूवी Kia Syros को पेश करने जा रही है। उससे...
भामस के द्वारा लोकसभाध्यक्ष को कराया गया कर्मचारियों की समस्याओं से अवगत
राजस्थान राज्य कर्मचारी महासंघ,भामस का एक प्रतिनिधि मंडल दिनांक 31 जुलाई 2024 को कार्यकारी...