আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি মৰাণত আজি চি আৰ পি এফৰ ১৪৯ নং বি বেটেলিয়নৰ উদ্যোগত মৰাণহাট আৰক্ষী, বটামৰা হাইস্কুল আৰু বটামৰা উচ্চতৰ মাধ্যমিক জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,শিক্ষক সকলৰ সহযোগত হৰ ঘৰ ত্ৰিৰংগা সফল ৰূপায়নৰ বাবে মৰাণ নগৰৰ মাজেৰে এক সমদল বাহিল কৰে। এই সমদলত চি আৰ পি এফৰ ১৪৯ নং বেটেলিয়নৰ সহকাৰী কমাণ্ডেণ্ট জগন্নাথ জেনা, মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল পাতৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সমদলত অংশগ্ৰহণ কৰে। লগতে দুয়োগৰাকী বিষয়াই আজাদী কা অমৃত মহোৎসৱ’ৰ লগতে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফল ৰূপায়ন কৰিবলৈ আহ্বান জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बरेली में NEET की छात्रा पर Acid Attack, भाई के साथ कमरे में सोते समय फेंका गया तेजाब
उत्तर प्रदेश के बरेली में नीट की तैयारी कर रही एक छात्रा पर कुछ अंजान लोगों ने एसिड अटैक किया।...
PM Modi launches Project Cheetah at Kuno National Park, Madhya Pradesh
PM Modi launches Project Cheetah at Kuno National Park, Madhya Pradesh
Drugs seized in Dhakuakhana - One person was arrested
Drugs seized in Dhakuakhana - One person was arrested
Tomorrow Prime Minister Narendra Modi will inaugurate the Hindu Temple.
Prime Minister Narendra Modi will inaugurate the Bochasanwasi Akshar Purushottam Swaminarayan...