আজি ইং 13/08/2022 তাৰিখে মাজুলী জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্য্যালয় ,মাজুলীৰ উদ্যোগত "ঘৰে ঘৰে জাতীয় পতাকা" কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক সজাগতা মূলক মাৰাথান দৌৰ অনুষ্ঠিত হয়।এই কার্যসূচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে মাজুলী জিলা প্ৰশাসনৰ জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত শ্ৰী যুত বিপুল কুমাৰ দাসে।লগতে উক্ত কার্যসূচীত অতিৰিক্ত উপায়ুক্ত শ্ৰী সঞ্জীৱ ফুকন ,সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া শ্ৰী দেৱ নাৰায়ণ হাজৰিকাই অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભીલડી ખાતે આરોગ્ય વિભાગ દ્વારા તપાસ હાથધરી દંડ ફટકાર્યો....
ભીલડી ખાતે આરોગ્ય વિભાગ દ્વારા ચેકીંગ કરી ને દંડ ફટકાર્યો.
ડીસા તાલુકાના ભીલડી માં...
দৰঙৰ খাৰুপেটীয়া নিশা সংঘটিত হৈছে হত্যাকাণ্ড- লুটপাট কৰি নিয়ে প্ৰায় ৩ লাখ টকা
দৰঙৰ খাৰুপেটীয়া ত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ঘেনামাৰী...
જસદણના ડોડીયાળાના સદસ્ય વિપુલ ત્રાપસીયાએ મુખ્યમંત્રી ભુપેન્દ્ર પટેલ ને લખ્યો પત્ર
જસદણના ડોડીયાળાના સદસ્ય વિપુલ ત્રાપસીયાએ મુખ્યમંત્રી ભુપેન્દ્ર પટેલ ને લખ્યો પત્ર રસદણ તાલુકામાં...
By-Election: ECI ने 7 राज्यों की 13 विधानसभा सीटों पर उपचुनाव का किया एलान, 10 जुलाई को होगा मतदान
नई दिल्ली। भारत निर्वाचन आयोग ने बिहार, पश्चिम बंगाल, तमिलनाडु, मध्य प्रदेश, उत्तराखंड,...