শুকুৰ বাৰে শিৱসাগৰ জিলাৰ প্ৰাকৃতিক তেল গেচ আয়োগ চমুকৈ অ এন জি চিৰ বসন্ত উৎসৱ উপলক্ষে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমীয়া কৃষ্টি সংস্কৃতি সমুহ প্ৰতীকিৰূপত উপস্থাপন কৰাৰ লগতে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহন কৰে।এই শোভাযাত্ৰাত অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনাই অংশ গ্ৰহন কৰে।অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহি সাংস্কৃতিক দলসমুহে।এই শোভাযাত্ৰাত অংশ গ্ৰহন কৰে।
শিৱসাগৰ জিলাৰ অ এন জি চিৰ বাৰে ৰহনীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা । অভিনেত্ৰী প্ৰীতি।কংকণাৰ অংশ গ্ৰহন।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2024/05/nerity_e5501312d1e0402d96dd49d78ad3fccd.jpg)