শুকুৰ বাৰে শিৱসাগৰ জিলাৰ প্ৰাকৃতিক তেল গেচ আয়োগ চমুকৈ অ এন জি চিৰ বসন্ত উৎসৱ উপলক্ষে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমীয়া কৃষ্টি সংস্কৃতি সমুহ প্ৰতীকিৰূপত উপস্থাপন কৰাৰ লগতে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশ গ্ৰহন কৰে।এই শোভাযাত্ৰাত অসমীয়া চলচিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী প্ৰীতি কংকনাই অংশ গ্ৰহন কৰে।অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহি সাংস্কৃতিক দলসমুহে।এই শোভাযাত্ৰাত অংশ গ্ৰহন কৰে।