সদৌ অসম ভিত্তিত গুৱাহাটী জালুুকবাৰীত অনুষ্ঠিত হোৱা বিশিষ্ঠ ক্ৰীড়াবিদ পিলিক চৌধুৰী আন্ত:জিলা ফুুট ব''ল প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মাহমৰাৰ গৌৰৱ, দুজন ১৪ বছৰ অনুৰ্ধ ফুট ব'ল খেলুৱৈ অৰ্কিত দানহ আৰু ধ্ৰুৱজ্যোতি বড়াক বৃহত্তৰ মাহমৰাবাসী ৰাইজে ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় । লগতে ৬ টা অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিগত ভাৱে ভালে সংক্ষক ৰাইজে এই খেলুৱৈ দুগৰাকীক সম্বৰ্ধনা ধজনায় । সমগ্ৰ টিংখাং সমষ্টিৰ ভিতৰত এই দুজন ১৪ বছৰ অনুৰ্ধ খেলুৱৈ এ টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
YouTube ব্যৱহাৰকাৰী সকললৈ সুখবৰ
YouTube ত আৰু নাথাকিব Music Copyright issue কিন্তু কিয়...?
19 years old hit by stray cattle , died | Junagadh | Tv9GujaratiNews
19 years old hit by stray cattle , died | Junagadh | Tv9GujaratiNews
OnePlus Nord CE 3 5G को Snapdragon 782G, 12GB RAM, 5000mAh बनाते हैं खास, 4 अगस्त से बिक्री के लिए उपलब्ध
Oneplus ने हाल ही अपने नए स्मार्टफोन OnePlus Nord CE 3 5G को लॉन्च किया था जो अब पहली सेल पर जा...
যমুনা নৈত ভয়ংকৰ নাও দুৰ্ঘটনা; চাৰিজনৰ মৃত্যু, ২০ জন নিখোজ
উত্তৰ প্ৰদেশৰ বান্দাত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। যমুনা নৈত ডুব গ’ল...