সদৌ অসম ভিত্তিত গুৱাহাটী জালুুকবাৰীত অনুষ্ঠিত হোৱা বিশিষ্ঠ ক্ৰীড়াবিদ পিলিক চৌধুৰী আন্ত:জিলা ফুুট ব''ল প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মাহমৰাৰ গৌৰৱ, দুজন ১৪ বছৰ অনুৰ্ধ ফুট ব'ল খেলুৱৈ অৰ্কিত দানহ আৰু ধ্ৰুৱজ্যোতি বড়াক বৃহত্তৰ মাহমৰাবাসী ৰাইজে ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় । লগতে ৬ টা অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিগত ভাৱে ভালে সংক্ষক ৰাইজে এই খেলুৱৈ দুগৰাকীক সম্বৰ্ধনা ধজনায় । সমগ্ৰ টিংখাং সমষ্টিৰ ভিতৰত এই দুজন ১৪ বছৰ অনুৰ্ধ খেলুৱৈ এ টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લઠ્ઠાકાંડ નો ભોગ બનનાર પરિવાર જનોને રાશન કીટનું વિતરણ કરતા માનવતા સેવા રથના સંચાલક ઉમેશભાઈ મકવાણા
લઠ્ઠાકાંડ નો ભોગ બનનાર પરિવાર જનોને રાશન કીટનું વિતરણ કરતા માનવતા સેવા રથના સંચાલક ઉમેશભાઈ મકવાણા
অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ নব গঠিত জোঙালবলহু শাখা সমিতিৰ দ্বাৰ উন্মোচন আৰু পাঠ্যক্ৰম শুভাৰম্ভ।
১৯৯৪চনৰ ১জানুবাৰীত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান...
Haryana Assembly Election: BJP को पटखनी देने की पूरी तैयारी- Kumari Selja | Bhupinder Singh Hooda
Haryana Assembly Election: BJP को पटखनी देने की पूरी तैयारी- Kumari Selja | Bhupinder Singh Hooda
কাজিৰঙাৰ কাঁহৰাত "অসমী হাট" বিপণী উদ্বোধন কৰিলে দুই কেবিনেট মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই
কাজিৰঙাৰ কঁহৰাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান- গোলাঘাট শাখা, গোলাঘাট জিলা গ্ৰাম্য উন্নয়ন...