বুধবাৰে শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ আমোলাপট্টি স্থিত হেমচন্দ্ৰ বৰুৱাৰ বাসগৃহত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাহয়।এই স্মৃতি দিৱস পৰিয়ালৰ সদস্যৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে উদ্যাপিত কৰা ।হয়। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উদ্যাপন কাৰ্য্যসূচীত উপস্থিত থাকে বহু কেইগৰাকী গণ্যমান্য ব্যক্তিৰ লগতে জ্যেষ্ঠ সাংবাদিক ।উল্লেখযোগ্য যে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ বাসগৃহই প্ৰায় ১৭০বছৰ বয়স চুইছে।হেমচন্দ্ৰবৰুৱাৰ পৰিনাতিৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুস্থিত কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সুখবৰ 2023-24 বৰ্ষৰ বাজেটৰ সিধান্ত
২০২৩-২৪ বৰ্ষৰ বাজেটৰ সিধান্ত প্ৰতিখন ৰাজহ গাঁৱক দিয়া হ'ব ১০ হাজাৰ টকা। প্ৰতিখন গাঁৱত হ'ব...
बूंदी जिले में अतिवृष्टि से हुए फसल खराबे की गिरदावरी का 35.15 प्रतिशत कार्य पूर्ण
बूंदी जिले में अतिवृष्टि से हुए फसल खराबे की गिरदावरी का 35.15 प्रतिशत कार्य पूर्णफसल कटाई प्रयोग...
सिद्धनाथ वाडगाव येथे जल जीवन मिशन अंतर्गत २६ लक्ष रुपयांच्या पाईप लाईन कामाचे उदघाटन !
वैजापूर :- शैलेंद्र खैरमोडे
गंगापूर तालुक्यातील सिद्धनाथ वाडगाव येथे जल जीवन मिशन अंतर्गत...
पुष्पेंद्र शर्मा बनाऐ गये जिला कांग्रेस कमेटी के जिला महामंत्री
मध्य प्रदेश के पूर्व मुख्यमंत्री एवं कांग्रेस कमेटी प्रदेश अध्यक्ष माननीय कमलनाथ जी पन्ना संगठन...
গোলাঘাটৰ আৰক্ষীক সন্ধিয়াতে সৰিয়হ ফুল দেখুৱালে এজন মানসিক ভাৰসাম্যহীন যুৱকেগোলাঘাট নগৰৰ বাগিচা আলী
গোলাঘাটৰ আৰক্ষীক সন্ধিয়াতে সৰিয়হ ফুল দেখুৱালে এজন মানসিক ভাৰসাম্যহীন যুৱকেগোলাঘাট নগৰৰ বাগিচা আলী