বুধবাৰে শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ আমোলাপট্টি স্থিত হেমচন্দ্ৰ বৰুৱাৰ বাসগৃহত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাহয়।এই স্মৃতি দিৱস পৰিয়ালৰ সদস্যৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে উদ্যাপিত কৰা ।হয়। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উদ্যাপন কাৰ্য্যসূচীত উপস্থিত থাকে বহু কেইগৰাকী গণ্যমান্য ব্যক্তিৰ লগতে জ্যেষ্ঠ সাংবাদিক ।উল্লেখযোগ্য যে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ বাসগৃহই প্ৰায় ১৭০বছৰ বয়স চুইছে।হেমচন্দ্ৰবৰুৱাৰ পৰিনাতিৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুস্থিত কৰাহয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Financial Year 2024 में Adani Total Gas का मुनाफा 27 फीसदी बढ़ा, चौथी तिमाही में 59% का शुद्ध लाभ
Financial Year 2024 में Adani Total Gas का मुनाफा 27 फीसदी बढ़ा, चौथी तिमाही में 59% का शुद्ध लाभ
પાણીયાળી ગામે મેલડી માતાજીનો ૨૪ કલાકનો માંડવો યોજાયો
પાણીયાળી ગામે મેલડી માતાજીનો ૨૪ કલાકનો માંડવો યોજાયો
জোঁকতলী চাহ বাগিচাত "বাগিচা কৰ্তৃপক্ষৰ দাদাগিৰি বন্ধ কৰক"
জোঁকতলী চাহ বাগিচাত "বাগিচা কৰ্তৃপক্ষৰ দাদাগিৰি বন্ধ কৰক""তেজ দিম মাটি নিদিও"
શહેરમાં સવારે ૬ વાગ્યા પહેલા અને સાંજે ૧૦ વાગ્યા પછી લાઉડ સ્પીકરનો ઉપયોગ કરવો નહીં.
ભારતના ચૂંટણી પંચ દ્વારા વિધાનસભાની સામાન્ય ચૂંટણી-૨૦૨૨નો વિગતવાર કાર્યક્રમ જાહેર કરવામાં આવ્યો...