ৰঙিয়াত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা কংগ্ৰেছৰ। ৰঙিয়াত সাংসদ আব্দুল খালেকৰ নেতৃত্বত উলিওৱা হয় সমদল ।সমগ্ৰ দেশ তথা ৰাজ্যতে শুক্ৰবাৰে বিয়লি ৰঙিয়াটো কংগ্ৰেছে স্বাধীনতাৰ গৌৰৱময় যাত্ৰা আৰম্ভ কৰে। ৭৫ তম্ স্বাধীনতা দিবস উপলক্ষে কংগ্ৰেছে প্ৰতি খন জিলাত ৭৫ কিলোমিটাৰ গৌৰৱময় যাত্ৰা কাৰ্যসূচী হাতত লৈছে । তাৰেই এক অংশ হিচাপে স্বাধীনতা সংগ্ৰামৰ ত্যাগ আৰু বলিদানক সুঁৱৰি এই যাত্ৰা কৰা হৈছে বুলি সাংসদ আব্দুল খালেকে উল্লেখ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नेताजी सुभाषचंद्र बोस सैनिकी शाळेत 'आजादी का महोत्सव हर घर तिरंगा' मार्गदर्शन शिबिर संपन्न
नेताजी सुभाषचंद्र बोस सैनिकी शाळेत डिफेन्स रेसर्च डेव्हलपमेंट ऑर्गनायझेशन (भारत सरकार ) यांच्या...
PORBANDAR પોરબંદર વિધાનસભાની ચૂંટણીના ઉમેદવારોની આખરી યાદી જાહેર 17 11 2022
PORBANDAR પોરબંદર વિધાનસભાની ચૂંટણીના ઉમેદવારોની આખરી યાદી જાહેર 17 11 2022
অসম-অৰুনাচল সীমান্তৰ বিবাদমান ভূমি সমাধানৰ দিশে, চৰকাৰৰ সিন্ধান্তৰ বিৰোধিতা সীমান্তত বসবাস কৰা জনতাৰ
অসম-অৰুনাচল সীমান্তৰ বিবাদমান ভূমি সমাধানৰ দিশে, চৰকাৰৰ সিন্ধান্তৰ বিৰোধিতা সীমান্তত বসবাস কৰা...
चलती बाइक से गिरी महिला प्राथमिक उपचार कर जिला चिकित्सालय किया गया रेफर
पन्ना जिले के अमानगंज थाना क्षेत्र अंतर्गत आने वाले अमानगंज सिमरिया मुख्य...
Free Digital Transaction | अब फोन बनेगा आपका बटुआ, Digital Currency App ऐसे करें Download | N18V
Free Digital Transaction | अब फोन बनेगा आपका बटुआ, Digital Currency App ऐसे करें Download | N18V