আজাদি কা অমৃত মহোৎসৱ উপলক্ষে দেশত ১৫ আগষ্ট তাৰিখে পালন হব ৭৫ তম স্বাধীনতা দিৱস। ১৩ আগষ্ট ৰ পৰা ১৫ আগষ্টলৈ পালন কৰা হব স্বাধীনতা দিৱস। হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সুচাৰো ৰূপে পালন কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে বিভিন্ন ধৰণে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে। আৰু আজি যোৰহাট জিলাৰ সংবাদকৰ্মী সকলকো জিলা উপায়ুক্ত ই একোখন কৈ ৰাষ্ট্ৰীয় পতাকা প্ৰদান কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধেমাজিৰ জীয়াঢল নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি, হাহাকাৰ পৰিস্থিতি ৰাইজৰ , কুমতীয়া দলঙৰ প্ৰতি ভাবুকি
ধেমাজিৰ জীয়াঢল নদীৰ জলস্তৰ হঠাৎ বৃদ্ধি, হাহাকাৰ পৰিস্থিতি ৰাইজৰ , কুমতীয়া দলঙৰ প্ৰতি ভাবুকি
જિલ્લા કક્ષાના એજ્યુકેશન ઈનોવેશન ફેસ્ટિવલમાં બાકરોલ શાળા નુ મારી માટી, મારી ભાષા એક નવતર અભિયાન.
જી.સી.ઈ.આર.ટી ગાંધીનગર અને જિલ્લા શિક્ષણ અને તાલીમ ભવન પંચમહાલ આયોજિત જિલ્લા કક્ષાનો એજ્યુકેશન...
ছিপাঝাৰত পৰিবহন বিভাগৰ দুৰ্ঘটনা ৰোধৰ বাবে অভিযান
ছিপাঝাৰত পৰিবহন বিভাগৰ দুৰ্ঘটনা ৰোধৰ বাবে অভিযান। ছিপাঝাৰত সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনা ৰোধৰ...
E-Ticket: मेट्रो टोकन के लिए लाइन में लगने का झंझट खत्म, चुटकियों में आनलॉइन बुक कर सकेंगे टिकट
दिल्ली मेट्रो रेल कॉर्पोरेशन (DMRC) वर्तमान में एक नई फोन-आधारित क्यूआर कोड टिकटिंग तकनीक के लिए...
शिरुर तालुक्यातील नामावंत तमाशा फडमालक गंगाराम बुवा रेणके (कवठेकर) यांचे निधन
शिरुर: नामावंत तमाशा फडमालक, ढोलकीचा बादशाहा व शासनाचा जीवनगौरव पुरस्कार पटकावलेले गंगाराम बुवा...