খ্যাতি সম্পন্ন মানৱতাবাদী।লেখক সাহিত্য অকাডেমী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জ্ঞানপীঠ বঁটাপ্ৰাপক প্ৰথম গৰাকী অসমীয়া ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম শতবাৰ্ষিকী উদ্যাপন সমিতিয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। বুধবাৰে এই কাৰ্য্যসূচী সমাপন হয়। এই অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড°চন্দন শৰ্মা।উল্লেখযোগ্য যে জিলাখনৰ প্ৰায় অৰ্ধশতাধিক গণ্যমান্য ব্যক্তিৰ লগতে কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী আৰু ৰংপুৰ সাহিত্য সভাৰ সভাপতিকে ধৰি জিলা সাহিত্য সভাৰ বহু কেইগৰাকী বিষয় সচিব উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Chandrayaan-3 Landing: क्या है 15 Minutes of terror | अंतिम 15 मिनट खौफनाक क्यों | ISRO | Breaking
Chandrayaan-3 Landing: क्या है 15 Minutes of terror | अंतिम 15 मिनट खौफनाक क्यों | ISRO | Breaking
Amoled डिस्प्ले, 7 दिनों का बैटरी बैकअप और इन खूबियों के साथ लॉन्च हुई सस्ती Smartwatch, जानिए स्पेक्स
Noise Vortex Plus स्मार्टवॉच कई शानदार फीचर्स के साथ लॉन्च हुई है। इसमें Noise Tru Sync तकनीक को...