এক হ’ব মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আৰু ৰঙাজান উজীৰৰ টোল ৷ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে পৰিচালিত লেটেকুপুখুৰী আৰু শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত উজীৰৰ টোল নিজস্ব পৰম্পৰা আৰু ৰীতি নীতি অক্ষুন্ন ৰাখি আগন্তুক দিনত মাধৱদেৱ ক্ষেত্ৰ নামেৰে পৰিচয় কৰোৱাৰ কাম আৰম্ভ হৈছে ৷ এইসম্পৰ্কে যোৱা ২৭ জুনত বিধায়ক অমিয় কুমাৰ ভূঞাৰ উদ্যোগত দুয়োখন জন্মস্থানৰ বিষয়ববীয়াৰে আলোচনাৰ অন্তত গঠিত সমিতি খনৰ দ্বাৰা আজি লখিমপুৰ জিলা উপায়ুক্তৰ উপস্থিতিত দুয়োখন জন্মস্থানৰ ক্ষেত্ৰভিত্তিক পৰ্যবেক্ষণ কৰা হয় ৷ পৰৱৰ্তী সময়ত সমিতি খনে একত্ৰিকৰণ কাৰ্যসুচী সমাপন কৰি মাধৱদেৱ ক্ষেত্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ হাতত অৰ্পণ কৰিব আচঁনি ৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  राजस्थान CM भजनलाल का बड़ा ऐलान, रक्षाबंधन पर सरकारी बसों में फ्री यात्रा करेंगी महिलाएं 
 
                      रक्षाबंधन का त्योहार इस साल 19 अगस्त को मनाया जाएगा. यह त्योहार भाई-बहन के अटूट प्यार, स्नेह और...
                  
   આઇસર સાથે કાર ધડાકાભેર અથડાઇ, સદનસીબે ડ્રાઇવરનો જીવ બચી ગયો પણ આઇસરમાં આગ લાગી 
 
                      સુરેદ્રનગરમાં મુળી સોમાસર હાઈવે પર આઇસર ટ્રક પાછળ પૂરઝડપે આવતી કાર ધડાકાભેર અથડાઈ હતી. આ...
                  
   BOTAD - સર્કિટ હાઉસ ખાતે યુવા મોરચાની બેઠક યોજાઈ 
 
                      BOTAD - સર્કિટ હાઉસ ખાતે યુવા મોરચાની બેઠક યોજાઈ
                  
   लो नए प्रोडक्ट लॉन्च होने के साथ ही सस्ता हो गया Apple iPad (10th Gen), अब करें कम में खरीदारी 
 
                      एपल आईपैड खरीदने का मन बना रहे हैं तो ये जानकारी आपका दिल खुश करने वाली है। एपल ने अपने ग्राहकों...
                  
   
  
  
  
  
  