মাজুলীৰ পূব মাজুলী মহাবিদ্যালয়ত আজি গ্ৰন্থগাৰিক দিৱস উদযাপন কৰা হয় ৷ গ্ৰন্থগাৰৰ পিতৃপুৰুষ এছ আৰ ৰংগনাথনৰ ছবীত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰাই ৷ সহকাৰী গ্ৰন্থগাৰিক গৌতম শইকীয়াই আঁট ধৰা সভাখনত মহান পুৰুষ ৰংগনাথনৰ জীৱন পৰিক্ৰমাৰ ওপৰত বক্তব্য ৰাখে গ্ৰন্থগাৰিক ৰুবী গায়নে ৷ সভাত উপাধ্যক্ষ প্ৰশান্ত ভৰালীৰ লগতে বিশিষ্ট অতিথি হিচাপে প্ৰবক্তা মালা গায়ন , উত্তম শইকীয়া , বুধিন বৰা , দীজেন কুমাৰ শইকীয়া , গিৰশ ওজা , যুগল হাজৰিকা , জেষ্ঠ কাৰ্যালয়ল সহায়ক কৃষ্ণ বৰাৰ লগতে বহু কেইজন প্ৰবক্তা উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Apple ने अपने ही सीईओ Tim Cook को क्रेडिट कार्ड देने से किया इनकार, जानिए क्या है पूरा मामला
नई दिल्ली, बिजनेस डेस्क। हाल में एप्पल कंपनी के सीईओ टिम कुक एक प्रोजेक्ट का परीक्षण कर रहे...
धर्माबाद येथील एलोरा वाईन शॉप मालकाच्या घरून चोरट्यांनी पाच लाख रुपयाची बॅग पळविली
धर्माबाद (प्रतिनिधी):- धर्माबाद शहरातील एलोरा वाईन्स शॉप चे मालक व्यंकटेश...
বিশ্বনাথ চাৰিআলি কলেজ ৰোডত টম্টম সন্থাৰ কাৰ্যলয় উদ্বোধন কৰি জিলা পৰিবহণ বিষয়া উমেশ চন্দ্ৰৰ মন্তব্য
আজি বিশ্বনাথ চাৰিআলিৰ কলেজ ৰোড সমীপত টম্টম সন্থাৰ কাৰ্যলয় উদ্বোধন কৰে। এই কাৰ্যলয়ৰ...
રાધનપુર ચીફ ઓફિસરને ACB માં પકડાવશે તેને 1 લાખનું ઇનામ આપશે | SatyaNirbhay News Channel
રાધનપુર ચીફ ઓફિસરને ACB માં પકડાવશે તેને 1 લાખનું ઇનામ આપશે | SatyaNirbhay News Channel
छात्रों ने आपरेशन सिंदूर की कामयाबी पर मनाया जश्न
छात्रों ने ऑपरेशन सिंदूर की कामयाबी पर मनाया जश्न।
जनपद जौनपुर में,वीर बहादुर सिंह...