মাজুলীৰ পূব মাজুলী মহাবিদ্যালয়ত আজি গ্ৰন্থগাৰিক দিৱস উদযাপন কৰা হয় ৷ গ্ৰন্থগাৰৰ পিতৃপুৰুষ এছ আৰ ৰংগনাথনৰ ছবীত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰাই ৷ সহকাৰী গ্ৰন্থগাৰিক গৌতম শইকীয়াই আঁট ধৰা সভাখনত মহান পুৰুষ ৰংগনাথনৰ জীৱন পৰিক্ৰমাৰ ওপৰত বক্তব্য ৰাখে গ্ৰন্থগাৰিক ৰুবী গায়নে ৷ সভাত উপাধ্যক্ষ প্ৰশান্ত ভৰালীৰ লগতে বিশিষ্ট অতিথি হিচাপে প্ৰবক্তা মালা গায়ন , উত্তম শইকীয়া , বুধিন বৰা , দীজেন কুমাৰ শইকীয়া , গিৰশ ওজা , যুগল হাজৰিকা , জেষ্ঠ কাৰ্যালয়ল সহায়ক কৃষ্ণ বৰাৰ লগতে বহু কেইজন প্ৰবক্তা উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લાયન્સ ક્લબ ઇન્ટરનેશનલ દ્વારા પ્રી-ઝોન એડવાઈઝરી મીટીંગ નું આયોજન
લાયન્સક્લબસ ઇન્ટરનેશનલ ડી.3232f1 રી.8 ઝોન 1 ની પ્રિ.ઝોન એડવાઇઝરી મીટીંગ નું આયોજન ઝોનચેરમેન...
টীয়কত শিল্পী নীল পৱন বৰুৱাৰ এখনি অভিনন্দন গ্ৰন্থ উন্মোচন অনুষ্ঠান
টীয়কত শিল্পী নীল পৱন বৰুৱাৰ এখনি অভিনদন গ্ৰন্থ উন্মোচন অনুষ্ঠান
Delhi Airport Accident: दिल्ली IGI एयरपोर्ट में बड़ा हादसा, छत का हिस्सा गिरने से 1 की मौत | Aaj Tak
Delhi Airport Accident: दिल्ली IGI एयरपोर्ट में बड़ा हादसा, छत का हिस्सा गिरने से 1 की मौत | Aaj Tak
NPP UDP leaders join TMC in Garo Hills
*MEGHALAYA TMC PRESS NOTE*
*Date:* October 21, 2022
*Location:* Tura, West Garo...
उक्षीतीळ कातळशिल्पासह सभोवतालची ६६०.४० चौरस मीटर जागा संरक्षित; शासनाकडून घोषणा
रत्नागिरी :उक्षी येथील कातळशिल्प राज्य संरक्षित म्हणून घोषित करण्यात आले आहे. यापूर्वी बारसू...