ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা সজাগতা সমদল
বিহালী ১২ আগষ্ট:
বিহালী সমষ্টিৰ বাঘমৰা মণ্ডলৰ আধিনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আজি ঘৰে ঘৰে ত্ৰিৰংগা এক সজাগতা সমলদ উলোৱাই হয়। বাঘমৰাত এই সজাগতা সমদল চলোৱা হয ।
 এই সমদলত অংশগ্ৰহণ কৰে মোনাবাৰী জিলা পৰিষদৰ সদস্য তৰুণ তাতী, সঞ্চয় গোটৰ মহিলা লগতে স্থানীয় বিজেপি কৰ্মী সকলে।
এই সমদলত অংশগ্ৰহণ কৰে মোনাবাৰী জিলা পৰিষদৰ সদস্য তৰুণ তাতী, সঞ্চয় গোটৰ মহিলা লগতে স্থানীয় বিজেপি কৰ্মী সকলে।
 
  
  
  
   
  