শিৱসাগৰত প্ৰদৰ্শিত হল সত্ৰীয়া নৃত্য শৈলীত "চম্পাৱতীৰ কথাৰে"শীৰ্ষক নৃত্য নাটিকা।'অভিজ্ঞানম নৃত্যম'নৃত্য শিক্ষাৰ অভিকেন্দ্ৰৰ উদ্যোগত বৃহস্পতিবাৰে সন্ধিয়া শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত উদযাপন কৰা হয় দ্বিতীয় "অভিজ্ঞানম নৃত্যম"মহোৎসৱ। অভিজ্ঞানম নৃত্যম মহোৎসৱৰ লগত সংগতি ৰাখি কৌশিক কুমাৰ সন্দিকৈৰ পৰিকল্পনা আৰু পৰিচালনাত পোন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় ৰসৰাজ লক্ষীনাথ বেজবৰুৱাৰ সাধুকথা "চম্পাৱতীৰ কথাৰে"শীৰ্ষক নৃত্য নাটিকা। নৱনীত হাজৰিকাই আতধৰা, বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰধ্যাপক ডঃ পল্লৱী ডেকা বুজৰবৰুৱাই।গড়গাওঁ মহাবিদ্যাল্যয়ৰ অধ্যক্ষ ডঃ সব্যসাচি মহন্ত,জেষ্ঠ সংবাদিক এনামুদ্দিন আহমেদ আৰু সমাজকৰ্মী জিতু দত্ত উপস্থিত থকা উদ্ধোধনী অনুষ্ঠানত সংগতি নাটক অকাডেমী বটাৰে সন্মানিত নৃত্যশিল্পী গুৰু ৰামকৃষ্ণু তালুকদাক "অভিজ্ঞানম কলা সৌৰভ বঁটা প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વર્લ્ડકપ જોવાનો અંદાજ બદલાશે. ટીવી અને ડિઝિટલના અલગ રાઇટ્સ વેચાયા
Zee એન્ટરટેઇનમેન્ટ અને ડિઝની સ્ટારે આઇસીસી મેન્સ ક્રિકેટ ટૂર્નામેન્ટના ટીવી રાઇટ્સ માટે એક સમજૂતિ...
আজি আজমল ফাউণ্ডেচনৰ উদ্যোগত নিবনুৱা সকলক ১০০খন ই ৰিক্সা বিতৰণ
হোজাইত নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ বিস্ফোৰন।বদৰুদ্দিন আজমলৰ মন্তব্য ৰাজ্যত...
ખંભાતમાં કોંગ્રેસના ઉમેદવાર ચિરાગ પટેલ આવતીકાલે નામાંકનપત્ર ભરશે : રેલી અને સંકલ્પસભા યોજાશે.
ભાજપાના ગઢ ગણાતા ખંભાતમાં આ વખતે કોંગ્રેસ પાર્ટીએ દમદાર અને લોકપ્રિય ઉમેદવાર ચિરાગ પટેલને ટીકીટ...