ৰহাৰ গডমাৰীত আজি টাই আহোম সকলৰ চকলং বিবাহ পদ্ধতিৰে সমূহীয়া বিবাহ সম্পন্ন হৈ আৰু ১১যোৰা দৰা কইনাক সমাজিক স্বীকৃতি প্ৰদান কৰে।
ৰহা গডমাৰী ৰাইজৰ সহযোগত আজি গডমাৰী পাৰ্থমিক বিদ্যালয়ত অনুষ্ঠিত হোবা সমূহীয়া বিবাহত বিবাহ পাক্ষত আবদ্ধ হোবাৰ পাছতো আৰ্থিক অনাটনৰ বাবে সামাজিক স্বীকৃতি ৰ পৰা বঞ্চিত হৈ থকা ১১যোৰা দৰা কইনাক টাই আহোম সকলৰ চকলং বিবাহ পদ্ধতিৰে সমূহীয়া বিবাহ অনুষ্ঠিত কৰি ১১যোৰা দৰা কইনাক সমাজিক স্বীকৃতি প্ৰদান কৰে।
সমুহীয়া বিবাহকলৈ অঞ্চলত উখল মাখল পৰিবেশ সৃষ্টি হোবাৰ লগতে সমূহীয়া বিবাহত টাই আহোম সকলৰ জ্যেষ্ঠ নাগৰিক ৰ লগতে পুৰুষ মহিলা যুবক যুৱতী উপস্থিত থাকে লগতে সমূহীয়া বিবাহ উপলক্ষে প্ৰীতিভোজৰ আয়োজন কৰা হয়।